Home ৰাজ্যআছু কৰ্মীক আক্ৰমণৰ ঘটনাক গৰিহণা জাতীয় সংগঠনৰ

আছু কৰ্মীক আক্ৰমণৰ ঘটনাক গৰিহণা জাতীয় সংগঠনৰ

by News Desk
409 views
A+A-
Reset

ডিব্ৰুগড়ঃ​ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কলা পতাকা  প্ৰৰ্দশন কৰি প্ৰতিবাদ কৰি থকাৰ সময়তে বিজেপিৰ গুন্দা বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত শাৰিৰীক ভাৱে আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ তত্বাৱধানত থকা আছুৰ কৰ্মীৰ ওপৰত থানাৰ ভিতৰতে শাৰীৰিক আক্ৰমণ কৰা কাৰ্য্যক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৃহত্তৰ গণ সন্মিলনৰ লগতে মটক যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা দিছে । 

অঃজাঃযুঃছাঃ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কণ গগৈ, বৃহত্তৰ গণ সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শৰৎ হাজৰিকা আৰু মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই কয় সম্পূৰ্ণ গণতান্ত্ৰিক আন্দোলনকাৰীক এনে ধৰণৰে আক্ৰমণ কৰি বিজেপি চৰকাৰে অসমত একনায়কত্ববাদ, ল’ৰা ৰজা আৰু হিটলাৰী শাসন চলাব বিচৰাটো প্ৰমাণ হৈছে বুলি অভিযোগ কৰাৰ লগতে নলবাৰীত বিজেপিৰ গুন্দা বাহিনীয়ে আছু কৰ্মীক নহয়, আক্ৰমণ কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰা প্ৰতিজন ব্যক্তিক, দেশ আৰু জাতিক ভাল পোৱা প্ৰতিজন অসমীয়াক, প্ৰতাবাদী সত্বাক আক্ৰমণ কৰিছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0