Home ৰাজ্যনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গোলাঘাটৰ জামুগুৰিত এআইএছএফৰ পথ অৱৰোধ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গোলাঘাটৰ জামুগুৰিত এআইএছএফৰ পথ অৱৰোধ

by News Desk
A+A-
Reset
me

গোলাঘাটঃ অসম তথা অসমবাসী জাতি-জনগোষ্ঠী আৰু ভাষা-সংস্কৃতি অস্তিত্ব সংকটাপন্ন কৰি বিজেপি চৰকাৰে গৃহীত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ  বিৰুদ্ধে আজি নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন গোলাঘাট জিলা পৰিষদে বিভিন্ন দল-সংগঠনৰ সহযোগত জামুগুৰি চাৰিআলিত এক দুঘণ্টীয়া পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰে। 

এআইএছএফৰ জিলা সভাপতি ধনীৰাম পাত্ৰ, সম্পাদক যদু বৰা, ৰাজ্যিক সম্পাদক বিতোপন গগৈ, জামুগুৰি আঞ্চলিক সমিতিৰ সম্পাদক তৰংগ খাটনীয়াৰৰ নেতৃত্বত অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে দিনৰ প্ৰায় ১২ বজাত বিধেয়ক বিৰোধী তথা চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0