Home ৰাজ্যবৰক’লাৰ হাৰিয়া নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বৰক’লাৰ হাৰিয়া নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

by News Desk
61 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ এলেকাধীন বৰক’লাৰ হাৰিয়া নৈৰ দলঙৰ তলত এটা অচিনাকী মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ মতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় কেইজনমান লোকে দক্ষিণপাট-বৰক’লা-কামপুৰ সংযোগী গড়কাপ্তানী পথৰ বৰক’লা মায়া বজাৰৰ সমীপত হাৰিয়া নৈৰ দলঙৰ তলত মৃহদেহটো প্ৰত্যক্ষ কৰা হয়৷ 

নিমিষতে অঞ্চলটোত হুৱা-দুৱা লাগে আৰু স্থানীয় ৰাইজে বেবেজীয়া আৰক্ষীক খবৰ দিয়ে৷ লগে লগে বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন সন্দিকৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে মৃতদেহটো৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0