শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Home ৰাজ্যশ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

by News Desk
61 views
A+A-
Reset

মৰিগাঁওঃ  অহা ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক অধিৱেশনখনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ  অংশগ্ৰহণক লৈ সৃষ্টি হৈ থকা অনিশ্চয়তাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অধিৱেশনখনিত অংশগ্ৰহণ কৰিব বুলি আজি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিক লৈ সৃষ্টি হৈছে তুমুল বিতৰ্কৰ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও আদৰণি সমিতি কিম্বা জিলা প্ৰশাসনে  এতিয়ালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অংশগ্ৰহণৰ নিশ্চয়তা প্ৰদান কৰা নাই যদিও অধিৱেশনখনত দিনে-নিশাই হেলিপেডৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ পৰিছে আদৰণি সমিতি। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাতৰি প্ৰচাৰ হৈ পৰাৰ লগে লগে জাতীয় দল সংগঠনসমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৃষ্টি হৈ থকা তীব্ৰ প্ৰতিবাদৰ মাজতেই প্ৰধানমন্ত্ৰী আগমনে জ্বলা জুইত ঘিঁ ঢালিব বুলি প্ৰকাশ কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0