64
মোৰাঝাৰঃ হোজাই বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢলপুখুৰী উন্নয়ন খণ্ডৰ নন্দপুৰ পঞ্চায়তত আই এ ৱাই গৃহ আবন্টনত শনিবাৰে সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে নন্দপুৰ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী পঞ্চৰাণী দাস আৰু পূৰ্বৰ সচিব শ্বৰীফ উদ্দিন আহমেদ।
নন্দপুৰ পঞ্চায়তত আই এ ৱাই গৃহ আবন্টনত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে স্থানীয় বাবাতম্বী সিংহ নামৰ এজন লোকে তৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।