97
নতুন দিল্লীঃ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান বাৰু কিহত চহকী? আন নহ’লেও দেশখন গাধৰ উৎপাদনত বেচ আগবঢ়া৷
পাকিস্তানে দেশখনৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী আন দেশৰপৰা আমদানি কৰিবলগীয়া হয়৷ বন্ধু দেশ চীনৰপৰা দেশখনে বিভিন্ন পণ্য আমদানি কৰে৷ কিন্তু এইবাৰ পাকিস্তানে চীনলৈ ৰপ্তানি কৰিব পাকিস্তানী গাধ৷ দেশখনৰ সংবাদ মাধ্যম জি অ’ টিভিয়ে এই কথা প্ৰকাশ কৰিছে৷