63
ডিফুঃ যোৱা শণিবাৰে পুৱা বোকাজান মহকুমাৰ ছানডে বজাৰৰ সমীপৰ বাঁহবাৰীত সংগঠিত বিধ্বংসী অগ্নিকাণ্ডত সৰ্বস্ব হেৰুৱা দুৰ্গত সকলৰ মাজত আজি আমছুৰ কাৰবি আংলং জিলা সমিতি,লাহৰিজান আঞ্চলিক সমিতি আৰু বিভিন্ন দল-সংগঠনে বিভিন্ন ধৰণৰ সাহায্য আগবঢ়ায়৷