Home ৰাজ্যঅসমীয়া জাতিয়ে কেতিয়াও কাৰো ওচৰত আঁঠু লৈ জীয়াই থকা নাই: যুগল বৰুৱা

অসমীয়া জাতিয়ে কেতিয়াও কাৰো ওচৰত আঁঠু লৈ জীয়াই থকা নাই: যুগল বৰুৱা

by News Desk
70 views
A+A-
Reset

ডিব্ৰুগড়ঃ প্ৰতিজন মানুহে নিজৰ জাতি জনগোষ্ঠীক ভাল পায় আৰু শ্ৰদ্ধা কৰে৷ প্ৰতিখন দেশৰ প্ৰতিজন নাগৰিকে নিজ জাতি-জনগোষ্ঠীটোৰ বিপদৰ কালত আপোন মানুহসকলৰ ওচৰত থিয় দিব খোজে৷ বিভিন্ন সমস্যাৰ বিৰুদ্ধে প্ৰতিটো জাতি-জনগোষ্ঠীয়ে যুঁজ দিব লগা হয় এই কথা ইতিহাসে কয়৷ 

আমাৰ দেশ ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা বিভিন্ন জাতি-জনগোষ্ঠীয়ে ভিন্ন দাবীৰ হকে সংগ্ৰাম চলাই গৈছে৷ কেতিয়াবা সংৰক্ষণ, কেতিয়াবা সুকীয়া ৰাজ্য, কেতিয়াবা নাগৰিকত্ব, কেতিয়াবা জনগোষ্ঠীৰ স্বীকৃতি, ভাষা ৰক্ষা, প্ৰব্ৰজন বন্ধ কৰা আদিৰ দাবীৰে সংগ্ৰাম কৰি গৈছে বিভিন্ন জাতি-জনগোষ্ঠীয়ে৷ দেশ স্বাধীন হোৱাৰ পিছতেই অসমৰ মানুহেও নিজ জাতিটোৰ অস্তিত্ব জীয়াই ৰাখিবলৈ কমকৈ সংগ্ৰাম কৰিব লগা হোৱা নাই বুলি আমি ভাবো বুলি কয় মটক যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0