62
কাকপথাৰঃ বৰ্তমান আধুনিক সমাজত নিচাযুক্ত দ্ৰব্যই আমাৰ সমাজক এফালৰপৰা কলুষিত কৰি আহিছে। বিশেষকৈ উঠি অহা নৱ- প্ৰজন্মক মৃত্যুৰ মুখলৈ তিল তিলকৈ ঠেলি দিছে৷ নৱ প্ৰজন্মই নিজে নিজৰ বিপদ ইমানে দ্ৰুত গতিত মাতি আছে তাৰ কোনো হিচাপ নাই।
