Home ৰাজ্যবিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক সত্য প্ৰসাদ বৰাৰ বিয়োগ

বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক সত্য প্ৰসাদ বৰাৰ বিয়োগ

by News Desk
66 views
A+A-
Reset

নগাঁওঃ আজীৱন সততা আৰু কৰ্তব্য নিষ্ঠাৰ প্ৰতি অবিচল হৈ থকা বিশিষ্ট শিক্ষাবিদ তথা নগাঁও জিলাৰ কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, নিবন্ধকাৰ, বিশিষ্ট সমাজ সংগঠক সত্য প্ৰসাদ বৰা আৰু নাই। বৃহস্পতিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে তেখেতৰ দেহাৱসান ঘটে। 

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ৷ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত কুজিদাঁহত ১৯৩৯ চনত প্ৰয়াত ঘনকান্ত বৰাৰ ঔৰষত আৰু ব্ৰজমাই বৰাৰ গৰ্ভত জন্ম গ্ৰহণ কৰা সত্য প্ৰসাদ বৰাই কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় প্ৰতিষ্ঠাৰ সময়ৰে পৰা বিদ্যালয়খনত শিক্ষকতা কৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0