56
লখিমপুৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী লখিমপুৰ লীলাবাৰী বিমানবন্দৰত ইতিমধ্যে অৱতৰণ কৰে।
এখন বিশেষ ইণ্ডিয়ান এয়াৰলেঞ্চ বিমানেৰে লখিমপুৰ লীলাবাৰী বিমান কোঠত আজি পুৱা ৯.২৫ মিনিটত অৱতৰণ কৰি ৯.৫০ মিনিটত তিনিখন হেলিকপ্টাৰেৰে ইটানগৰলৈ ৰাওনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।