Home ৰাজ্যওদালগুৰিত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিশাল গণসমাৱেশ

ওদালগুৰিত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিশাল গণসমাৱেশ

by News Desk
59 views
A+A-
Reset

ওদালগুৰিঃ ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনী, ওদালগুৰি জিলা আক্ৰাছু আৰু ওদালগুৰি জিলা কোচ ৰাজবংশী মহিলা সন্মিলনীৰ উদ্যোগত সোমবাৰে ওদালগুৰি চহৰৰ মাজমজিয়াৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত এক বিশাল গণ সমাৱেশ আয়োজন কৰা হয়। 

জনগোষ্ঠীটোৰ প্ৰায় তিনি সহস্ৰাধিক লোকে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ “কেন্দ্ৰীয় চৰকাৰ হায় হায়, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰক, আমাক জনজাতিকৰণ প্ৰদান কৰক, আমাক লাগে পৃথক কমতাপুৰ, নো কমতাপুৰ নো ৰেষ্ট, জনজাতিকৰণ অৱিহনে ক্ষান্ত নহ‌ও” ইত্যাদি শ্ল’গান প্ৰদান কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0