69
জয়ন্ত মুদৈ, নগাঁওঃ নিজা পাৰদৰ্শিতাৰ বলত উজলি উঠা ‘ধিং এক্সপ্রেছ’ খ্যাত স্বৰ্ণ কন্যা হিমা দাস এইবাৰ অৱতীৰ্ণ হ’ল পৰীক্ষার্থী ৰূপত।
খেলপথাৰ এৰি মঙলবাৰৰেপৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে হিমা দাস। খেলপথাৰত দপদপনি তুলি খুব কম সময়তে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টিৰে সকলোৰে নয়নৰ মনি হৈ পৰা হিমাৰ মন শিক্ষাজগতটো সফলতা বুটলাৰ৷