Home ৰাজ্যনাগৰিক আইন সংশোধনী বিধেয়ক বাতিলৰ দাবীত চি পি এমৰ জোঁৰ সমদলে কঁপালে ৰঙিয়া

নাগৰিক আইন সংশোধনী বিধেয়ক বাতিলৰ দাবীত চি পি এমৰ জোঁৰ সমদলে কঁপালে ৰঙিয়া

by News Desk
A+A-
Reset
61b156ea-c48e-4132-b446-7200057dba6b

ৰঙিয়াঃ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬  বাতিলৰ দাবীত আজি সন্ধিয়া চি পি আই(এম) ৰঙিয়া আঞ্চলিক সমিতিয়ে ৰঙিয়া নগৰৰ আই অ’ চি চকৰ পৰা দীপ্তেশ্বৰী হৈ চেপ্তি চকলৈ এক সুদীৰ্ঘ জোঁৰ সমদল বাহিৰ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ 

দলটোৰ নেতা বীৰেন্দ্ৰ নাথ শৰ্মা আৰু নৃপেন নাথৰ নেতৃত্বত ৰপায়ন কৰা এই জোঁৰ সমদলত প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী হুচিয়াৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, অসমীয়াক সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্ৰ নচলিব, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনি দি পৰিৱেশ কঁপাই তোলে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0