Home ৰাজ্যমাৰ্ঘেৰিটাত উত্তৰ পূব কয়লা ক্ষেত্ৰৰ স্থানীয় সুৰক্ষা সমিতিৰ উত্তাল প্ৰতিবাদ

মাৰ্ঘেৰিটাত উত্তৰ পূব কয়লা ক্ষেত্ৰৰ স্থানীয় সুৰক্ষা সমিতিৰ উত্তাল প্ৰতিবাদ

by News Desk
A+A-
Reset
b9d4bfb1-880d-4752-8ec8-425b70c10bc9

লিডুঃ উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত দুই শতাধিক ঠিকাভিত্তিক স্থানীয় সুৰক্ষা সমিতিয়ে আজি মাৰ্ঘেৰিটাস্থিত কল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰৱেশদ্বাৰত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰ ৰুপায়ন কৰে ৷ কল ইণ্ডিয়াৰ উৰ্ধতম কতৃপক্ষই এই সকল সুৰক্ষা কৰ্মীক চাটাই কৰি তেওলোকৰ স্থানত  প্ৰাক্তন সেনা বাহিনীৰ জোৱানক নিযুক্তি দিয়াৰ বাবেই মঙ্গলবাৰৰ দিনটোত প্ৰতিবাদত নামিল প্ৰায় দুই শতাধিক সুৰক্ষা কৰ্মীয়ে ৷ 

সুদীৰ্ঘ সময় ধৰি কল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন ধৰনৰ সুৰক্ষাৰ কামত নিয়োজিত থকা প্ৰায় ২৭০ জন কৰ্মচাৰীক উত্তৰ পূব কয়লা ক্ষেত্ৰই হঠাৎ চাটাই কৰি প্ৰাক্তন সেনা বাহিনীৰ জোৱানক  তাৎক্ষনিক ভাৱে  নিযুক্তি দিয়াত এতিয়া ব্যাপক ভাৱে ক্ষোভিত হৈ পৰিছে সেৱা আগবঢ়াই অহা সুৰক্ষা সমিতিৰ কৰ্মী সকল৷ প্ৰায় দুশৰো অধিক কৰ্মচাৰীক উত্তৰপূব কয়লা ক্ষেত্ৰই তাৎক্ষনিক ভাৱে  চাটাইৰ ষড়যন্ত্ৰৰ ৰচনাৰে যি পন্থা অৱলম্বন কৰিছে সেয়া কোনো অৱস্থাতে গ্ৰহন যোগ্য নহয় বুলি অভিযোগ তুলি কল ইণ্ডিয়াৰ উৰ্ধতম কত্তৃপক্ষক এনে নিৰ্দেশ শীঘ্ৰেই বাতিল কৰিবৰ বাবে কৰ্মী সকলে  আহবান জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0