45
গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক কেন্দ্ৰ কৰি সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাৰপৰা পদত্যাগ কৰিছিল অ গ পৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে৷
কেন্দ্ৰীয় চৰকাৰে লোকসভাত বিতৰ্কিত বিধেয়কখন উত্থাপন কৰাৰ লগে লগে প্ৰতিশ্ৰুতি অনুসৰি আঞ্চলিকতাবাদী দলটোৱে ৰাষ্ট্ৰীয়তাবাদী বি জে পিক সংগ ত্যাগ কৰিছিল৷