66
খেৰণিঃ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ তথা কাৰ্বি পৰিষদৰ পৰিষদীয় দুৱাৰ-আমলা সমষ্টিৰ অন্তৰ্গত অতি দুৰ্গম অঞ্চলত অৱস্থিত চুপি-কেলক গাঁওত বৃহস্পতিবাৰে সহস্ৰাধিক জনতাৰ উপস্থিতিত অনুস্থিত হয় বিজেপিৰ এখন উন্নয়ন সভা।
