Home ৰাজ্যপুলৱামা-কাণ্ড প্ৰতিবাদত দিয়া ব্যৱসায়ী গোষ্ঠী বন্ধ সৰ্বাত্মক

পুলৱামা-কাণ্ড প্ৰতিবাদত দিয়া ব্যৱসায়ী গোষ্ঠী বন্ধ সৰ্বাত্মক

by News Desk
67 views
A+A-
Reset

মৰিগাঁওঃ জম্মু আৰু কাশ্মীৰৰ পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই আহ্বান জনোৱা দেশজোৰা ব্যৱসায় বন্ধৰ আহ্বানক সমৰ্থন জনাই মৰিগাঁও জিলা চেম্বাৰ অব্ কমাৰ্চেও জিলাখনৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

জিলাখনৰ সকলো ব্যৱসায় প্ৰতিষ্ঠানে সৰ্বাত্মক বন্ধ পালন কৰি মৰিগাঁও নগৰত এক প্ৰতিবাদী সমদলো বাহিৰ কৰে। জিলা চেম্বাৰ অব্ কমাৰ্চৰ সম্পাদক মিলন ডেকা, উপ-সভাপতি মনচুৰ আহমেদ, যুটীয়া সম্পাদক কুলিন বৰা, সাংগঠনিক সম্পাদক বুবুল বৰদলৈ, প্ৰচাৰ সম্পাদক ৰাজু দাস, মৰিগাঁও নগৰৰ সমিতিৰ সম্পাদক বলেন দাস, সহঃসম্পাদক বুবুল কাকতি, জনসম্পৰ্কৰক্ষী বিষয়া জিতুমনি নাথ, বিপুল দত্ত, জিতু বৰা, নানিয়া, ববি জৈন আদি কৰি চেম্বাৰ অব্ কমাৰ্চৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰা প্ৰতিবাদী সমদলটোত দুই শতাধিক ব্যৱসায়ীৰে অংশগ্ৰহণ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0