ডিজিটেল ডেক্স: পুলৱামাৰ সন্ত্ৰাসবাদী ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে। খানে কয় যে¸ ‘পাকিস্তানৰ ভূমিৰ পৰা সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা দিয়া হোৱা নাই’। ‘মিছা তথ্য প্ৰমানেৰে পাকিস্তানৰ বিৰুদ্ধে অভিযোগ আনিছে ভাৰতে’।
‘যদি ভাৰত চৰকাৰে তথ্য প্ৰমাণ দিয়ে তেতিয়া অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ সাজু পাকিস্তান’। ‘যদি ভাৰতে ভাবিছে পাকিস্তানৰ সৈতে যুদ্ধ কৰাৰ কথা¸ তেন্তে আৰম্ভ কৰিব পাৰে কিন্তু ইয়াৰ পৰিণতি কি হ’ব সেইয়া নেদেখাজনে জানিব।