78
যোৰহাটঃ যোৰহাটৰ চিনামৰাত ফাগুনৰ প্ৰথম বুধবাৰত আলি-আয়ে-লৃগাং উদযাপন কৰা হয়।
বিষ্ণুপুৰ গাঁৱৰ মিচিং ৰাইজৰ দ্বাৰা আয়োজিত কৰা হয় এই উৎসৱৰ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি শৰ্মা।