42
কাজিৰঙাঃ বুধবাৰৰেপৰা অনুষ্ঠিত ২য় কাজিৰঙা ৰাষ্ট্ৰীয় বাণিজ্য মেলাত কাশ্মীৰৰ শ্বহীদক সোঁৱৰণ কৰা হয়। দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক সোঁৱৰি বন্তি প্ৰজ্বলন কৰা হয়।
উল্লেখ্য যে কাজিৰঙাৰ শিক্ষাৰ ক্ষেত্ৰত সহযোগ কৰাৰ অংগীকাৰ লৈ অৰণ্য হস্ত-শিল্পৰ উদ্যোগত আজিৰেপৰা কাজিৰঙাৰ কহঁৰা চাৰিআলিত ১৫ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বাণিজ্য মেলাখনি।