Home ৰাজনীতিচাৰি ঘন্টাজোৰা অগপৰ কাৰ্যনিৰ্বাহক সভাত লোকসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত দলে কি ক’লে?

চাৰি ঘন্টাজোৰা অগপৰ কাৰ্যনিৰ্বাহক সভাত লোকসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত দলে কি ক’লে?

by News Desk
A+A-
Reset
Untitled-1 copy

গুৱাহাটীঃ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’য় অসম গণ পৰিষদৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা। লোকসভা নিৰ্বাচন সম্পৰ্কীয় আলোচনাৰ বাবে পতা প্ৰায় চাৰি ঘন্টাজোৰা সভাখনতো নহ’ল লোকসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত কোনো সিদ্ধান্ত।

মিত্ৰতাৰ বিষয়টোত ঐকমত্যত উপনীত হ’ব নোৱাৰিলে আঞ্চলিক দলটো। ইয়াৰ বিপৰীতে নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰিবলৈ গঠন কৰা কমিতিৰ ওপৰতে মিত্ৰতাৰ বিষয়টো চালিজাৰি চোৱাৰ দায়িত্ব এৰিলে আজিৰ সভাই। এই কথা জানিবলৈ দিলে দলৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0