55
মৰিয়নীত পিতৃয়ে হত্যা কৰিলে ডেৰ বছৰীয়া পুত্ৰ সন্তানক।মৰিয়নীৰ চটাই চাহ বাগিছাত সংঘটিত হৈছে এই নাৰকীয় কাণ্ড।ভৰিৰে গচকি গচকি হত্যা কৰিলে কনমানি পুত্ৰক।হত্যাকাৰী পিতৃ ৰাজেশ মাঝি বৰ্তমান দেবেৰাপাৰ আৰক্ষীৰ জিম্মাত৷

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.