Home ৰাজ্যপ্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰে অংগনৱাড়ী কর্মী-সহায়িকা সন্থা

প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰে অংগনৱাড়ী কর্মী-সহায়িকা সন্থা

by News Desk
A+A-
Reset
6bbfb981-522d-437d-82ff-b5862a4bdbc7

গুৱাহাটীঃ প্ৰতিবাদী ধৰ্ণাত উত্তাল অসম ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ সঞ্চালক কার্যলয়। প্ৰাপ্যৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ অসম ৰাজ্যিক অংগনবাড়ী কর্মী, সহায়িকা সন্থা আৰু অসম অংগনৱাড়ী কর্মী, সহায়িকা সন্থাই। তেওঁলোকৰ দাবী যোৱা ২০১৭ চনৰ ৫ জানুৱাৰীৰপৰা ৰাজ্য অংগনবাড়ী কৰ্মীসকলে প্ৰাপ্যৰ দাবীত চৰকাৰৰ বিৰুদ্ধে বাৰম্বাৰ প্ৰতিবাদ জনাইছে। কিন্তু আজি পৰ্যন্ত কোনো ফলাফল লাভ কৰা নাই ৰাজ্য অংগনবাড়ী কর্মী আৰু সহায়িকা সকলে৷ তাৰ প্ৰতিবাদত আজি তেওঁলোক পুনৰ ওলাই আহিবলৈ বাধ্য হৈছে সমাজ কল্যান বিভাগৰ সঞ্চালকালয় কাৰ্যলয়লৈ।

উল্লেখ্য যে, দীর্ঘদিনৰপৰা তেওঁলোকে সমাজ কল্যাণ বিভাগৰ ওচৰত দাবী জনাই যে অংগনবাড়ী কৰ্মীসকলক চৰকাৰে সামান্য মাননী দিয়াৰ পৰিৱৰ্তে তেওঁলোকক মাহিলী ৫০০০ টকা আৰু সহায়িকা সকলক ৩৫০০ টকা আদায় দিব লাগে। ইয়াৰ উপৰিও প্ৰতিগৰাকী কর্মীৰ অৱসৰ সময়ত ২ লাখ টকা আৰু সহায়িকা সকলক ১ লাখ ৫০ হাজাৰ টকা এককালিন সাহায্য প্ৰদান কৰিব লাগে। কিন্তু অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে কর্মী আৰু সহায়িকা সকলৰ দাবী সমূহ পূৰণ কৰিব বুলি বাৰে বাৰে আশ্বাস প্ৰদানৰ পাছতো আজিলৈকে কোনোধৰণৰ ব্যৱস্থা লোৱা দেখা নগ’ল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0