58
কলিয়াবৰঃ মধ্য অসমৰ বাবে সুখবৰ৷ আজিৰে পৰা তাম্বাৰামলৈ যাত্ৰা আৰম্ভ কৰিলে শিলঘাট–গুৱাহাটী–তাম্বাৰাম এক্সপ্ৰেছ ৰে’লখনে৷
ইফালে নগাঁও ৰে’ল ষ্টেচনত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই ৰে’লখন। পূৰ্বৰ গুৱাহাটী–তাম্বাৰাম এক্সপ্ৰেছ ৰে’লখন সম্প্ৰসাৰণ কৰি আৰম্ভ কৰা হৈছে এই সেৱা।