95
ডিজিটেল ডেক্সঃ বেমাৰ হৈছে নে নাই হোৱা সেই বিষয়ে জানিবলৈ আপুনি সহায় লয় চিকিৎসকৰ৷ কিন্তু এতিয়া বেমাৰ হ’লে চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই৷
এক বিশেষ মেচিনে ক’ব আপোনাৰ বেমাৰৰ কথা৷ আপোনাৰ শৰীৰৰ গোন্ধতেই উক্ত মেচিনটোৱে দিব বেমাৰ হোৱাৰ সংকেত৷