51
বৰপেটাঃ আজি বৰপেটাৰ বাঘবৰত উপস্থিত হ’য় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৈতে বাঘবৰৰ কনৰা সত্ৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। সত্ৰ পুনৰুদ্ধাৰৰ এটা ডাঙৰ প্ৰকল্প হ’ব।
মৃতপ্ৰায় সত্ৰসমূহ পুনৰুদ্ধাৰৰ বাবে ৰাষ্টা–ঘাট নিৰ্মাণ, মানুহক ক’ত কেনেদৰে পুনৰসংস্থাপন কৰা হ’ব, সেই সম্পৰ্কে বহু বিশেষজ্ঞই কাম কৰি আছে। বৰপেটাত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।