59
মৰিগাওঁঃ বৰ্তমানে চলি থকা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ এটা পৰীক্ষা কেন্দ্র প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক।
জিলা খনৰ শীৰ্ষ বিষয়া দুজনক হতভম্ব কৰি তুলা পৰীক্ষা কেন্দ্রটো হৈছে পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। যাৰ ফলত ৫ জন শিক্ষাৰ্থী আৰু ২ জন শিক্ষক পৰীক্ষাৰ পৰা বহিস্কাৰ হব লগা হ’য়।