বিশিষ্ট ইছলামিক পণ্ডিত তৈয়বুৰ ৰহমান বাৰভূঞাৰ মৃত্যুত আমছুৰ শোক প্ৰকাশ

Home ৰাজ্যবিশিষ্ট ইছলামিক পণ্ডিত তৈয়বুৰ ৰহমান বাৰভূঞাৰ মৃত্যুত আমছুৰ শোক প্ৰকাশ

বিশিষ্ট ইছলামিক পণ্ডিত তৈয়বুৰ ৰহমান বাৰভূঞাৰ মৃত্যুত আমছুৰ শোক প্ৰকাশ

by News Desk
75 views
A+A-
Reset

নগাঁওঃ আজীৱন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চুকে-কোণে শান্তি আৰু সম্প্ৰীতি অক্ষুন্ন ৰখাৰ স্বাৰ্থত একান্তমনে সেৱা আগবঢ়াই অহাৰ সমান্তৰালভাৱে পৱিত্ৰ কোৰান-হাদিছৰ ধৰ্মীয় জ্ঞান সন্দৰ্ভত আলোকপাত কৰি এক সুস্থ শৈক্ষিক-সামজিক পৰিৱেশ গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বিশিষ্ট ইছলামিক পণ্ডিত, উত্তৰ পূব ভাৰতৰ  আমীৰে শ্বৰীয়ত আল্লামা তৈয়বুৰ ৰহমান বৰভূঞা চাহাবৰ মৃত্যুত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, চমুকৈ আমছুৱে গভীৰ শোক প্ৰকাশ কৰে।

আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত কয় যে অসমৰ এগৰাকী বিদগ্ধ ইছলামিক পণ্ডিত আল্লামা তৈয়বুৰ ৰহমান বৰভূঞা চাহাবৰ মৃত্যু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে অপূৰণীয় ক্ষতি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0