Home ৰাজ্যকোকৰাঝাৰত ১৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া চাৰিখনকৈ আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন

কোকৰাঝাৰত ১৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া চাৰিখনকৈ আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন

by News Desk
A+A-
Reset
36189f2d-31c9-4dc3-8bb8-4084ffa4c458

কোকৰাঝাৰঃ বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ ৩০ নং পূব (জনজাতি) বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামোঞ্চলৰ ৰাস্তা-ঘাট আৰু দলং নিৰ্মাণৰ লক্ষ্যৰে বুধবাৰে সৰ্বমুঠ ১৬ কোটি ১ লাখ ৭৩ হেজাৰ টকা ব্যয় সাপেক্ষে চাৰিখন আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰা হয়৷

সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্মাণ হ’বলগীয়া দলং কেইখনৰ পৃথকে পৃথকে আধাৰশিলা স্থাপন কৰে বিধায়িকা তথা ৰজ্য চৰকাৰৰ সমাজ কল্যান মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ মহাবীৰ লাচিত-চিলাৰায় সেতু নিৰ্মাণ অভিযানৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ এছ অ’ পি ডিৰ অধীনত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই হাব্ৰুবাৰী আৰু বৰহালোৱাদল পথত সৰ্বমুঠ ৩ কোটি ১৬ লাখ ৭৪ হেজাৰ টকা ব্যয়ৰে কুন্ঠাইবাৰীত আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰি কয় যে বি টি এ ডি অঞ্চলৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত বি পি এফ দলে মিত্ৰ চৰকাৰৰ অংশীদাৰ হৈ ৰাইজৰ উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0