Home ৰাজ্যৰঙাপৰাৰ পামবস্তিত লোমহৰ্ষক হত্যাকাণ্ড, নাতিয়েকৰ হাতত প্ৰাণ গ’ল আইতাকৰ

ৰঙাপৰাৰ পামবস্তিত লোমহৰ্ষক হত্যাকাণ্ড, নাতিয়েকৰ হাতত প্ৰাণ গ’ল আইতাকৰ

by News Desk
A+A-
Reset
450504af-ee27-4c25-9b68-2f6904c4d4a5

তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত পামবস্তিত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। নাতিয়েকে কুঠাৰে ঘপিয়াই হত্যা কৰে নিজ আইতাকক। পাৰিবাৰিক কন্দলৰ বাবেই উক্ত হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত পামবস্তিৰ নিৱাসী বাদুল প্ৰজাৰ পুত্ৰ বিশাল প্ৰজাই বুধবাৰে নিশা এখন কুঠাৰেৰে প্ৰহাৰ কৰে আইতাক দশমী হলমানক। প্ৰহাৰৰ ফলত বৃদ্ধাগৰাকীয়ে থিতাতে মৃত্যুক সাৱটি লয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0