80
তামুলপুৰঃ আজি বিশেষ ৰূপত দেখা গল বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীক। কুমাৰীকাটা পতঞ্জলি আচাৰ্য কুলমত শিশু আৰু যোগ গুৰু বাবা ৰামদেৱৰ সৈতে যোগ আসনত ব্যস্ত হৈ পৰিল বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী।
তামুলপুৰৰ কুমাৰীকাটা পতঞ্জলি আচৰ্য কুলমৰ বাৰ্ষিক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে দেশ ভক্তিমূলক গীত – নৃত্যৰ লগতে বাবা ৰামদেৱে ছাত্ৰ-ছাত্ৰী সকলৰ লগত অনুলোম বিলোম, কপাল ভাতি, সুৰ্য নমস্কাৰৰ লগতে পাঁচবিধ যোগ অভ্যাস কৰে।