Home ৰাজ্যসদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত ৰজাপথাৰত পশুধন টিকাকৰণ শিবিৰ

সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত ৰজাপথাৰত পশুধন টিকাকৰণ শিবিৰ

by News Desk
A+A-
Reset
706c371b-393f-421b-b2d1-d29f410e36aa

বকলিয়াঘাটঃ সদৌ তিৱা ছাত্ৰ সন্থা, ৰজাপথাৰ শাখাৰ উদ্যোগত, বকলিয়াঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত বৃহস্পতিবাৰে ৰজাপথাৰ চামগাঁৱত অনুষ্ঠিত কৰা হয় পশুধন টিকাকৰণ শিবিৰ। 

সংগঠনটোৰ উদ্যোগত সপ্তাহযোৰা কাৰ্যসূচীৰে পশুধনৰ টিকাকৰণৰ শিবিৰৰ আয়োজন কৰা হৈছে। আজি উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তিৱা সাহিত্য সভাৰ জনাৰ্দন পাটৰে। বকলিয়াঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডঃ অবিনাশ তিমুঙৰ তত্বাৱধানত এটা দলে অঞ্চলৰ কেইখনমান গাঁৱক সামৰি পশুধনসমূহৰ টিকাকৰণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0