Home ৰাজ্যকাৰ্বি আংলঙৰ পিতৃ পুৰুষ ছেমচন চিং ইংতিৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী

কাৰ্বি আংলঙৰ পিতৃ পুৰুষ ছেমচন চিং ইংতিৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী

by News Desk
A+A-
Reset
8b51329c-08d2-44a4-a3e2-d5ed7799139a

ডিফুঃ কাৰ্বি আংলং আৰু পশ্ছিম কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে জিলা দুখনৰ প্ৰতিষ্ঠাপক আৰু পিতৃপুৰুষ স্বৰুপ ছেমচন চিং ইংতিৰ ৭১ সংখ্যক মৃত্যুবাৰ্ষিকীক জননেতাজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলীলে জ্ঞাপন কৰা হ’য় ৷

ডিফুস্থিত ছেমচন চিং ইংতি সোঁৱৰণি পুৰণি আৰু নতুন পাৰ্কত স্বায়ত্ত শাসিত জিলাখনৰ পিতৃ পুৰুষ গৰাকীৰ প্ৰাতিকৃতিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পনেৰে শ্ৰদ্ধা নিবেদন কৰে ৷  ডিফু নগৰ সমিতিৰ অধ্যক্ষৰ নেতৃত্বত ৰাহ ক্ৰ’ আৰু ৱাৰ্ড কমিচনাৰ সকলে প্ৰয়াত জননেতা গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে ছেমচন চিং ইংতি পুৰণি পাৰ্কৰ মূল কাৰ্যসূচীত ডিফু নগৰ সমিতিৰ অধ্যক্ষ, ৱাৰ্ড কমিচনাৰ সকল আৰু চৰকাৰী বিষয়া কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0