Home ৰাজ্যঅসমীয়া ভাষা সাহিত্যত জাতীয়তাবাদ শীৰ্ষক আলোচনা চক্ৰৰ সফল সামৰণি

অসমীয়া ভাষা সাহিত্যত জাতীয়তাবাদ শীৰ্ষক আলোচনা চক্ৰৰ সফল সামৰণি

by News Desk
A+A-
Reset
6128d093-06e0-4886-8729-66673860bf7d

বৰনদ্দীঃ ‘অসমীয়া ভাষা সাহিত্যত জাতীয়তাবাদ’ শীৰ্ষক আলোচনা চক্ৰ এখন নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰে আভ্যান্তৰিণ মান নিশ্চিতকৰণ কোষৰ সহযোগত যোৱা ২৬ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনা-চক্ৰ অনুষ্ঠিত হৈ যায়।

মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভবেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ সঞ্চালনাত অনুষ্ঠিত ‘অসমীয়া ভাষা-সাহিত্যত জাতীয়তাবাদ’ শীৰ্যক আলোচনা-চক্ৰখন উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ শৈলেন ভৰালীয়ে। উক্ত আলোচনা-চক্ৰত নিৰ্বাচিত পঞ্চাশখন গৱেষণা-পত্ৰ সন্মিলিত এখন গ্ৰন্থ উন্মোচন কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0