Home ৰাজনীতিবটদ্ৰৱাত স্কুটি চলাই আঙুলতাৰ ‘বিজয় সংকল্প ৰেলী’

বটদ্ৰৱাত স্কুটি চলাই আঙুলতাৰ ‘বিজয় সংকল্প ৰেলী’

by News Desk
A+A-
Reset
an

নগাঁওঃ লোকসভা নিৰ্বাচন সমাগত। তৎপৰ হৈ পৰিছে প্ৰতিটো সমষ্টিৰ বিধায়কৰ লগতে নেতা-কৰ্মীসকল। এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাও। ভিন্ন সময়ত ভিন্ন ভূমিকাত অৱতীৰ্ণ হৈ সমষ্টিবাসীৰ দৃষ্টি আকৰ্ষণ কৰি অহা আঙুৰলতাক এইবাৰ দেখা গ’ল এক অভিনৱ ৰূপত।

যুৱ শক্তিক মূল আধাৰ হিচাপে লৈ সমষ্টিটোত উলিওৱা হয় এক সুবিশাল সমদল। যত বিধায়িকা আঙুৰলতাই নিজে স্কুটি চলাই যুৱ চামকলৈ বি জে পি চৰকাৰৰ হৈ তীব্ৰ প্ৰচাৰ চলালে বটদ্ৰৱা সমষ্টিত। তাৰ উপৰিও বটদ্ৰৱাত শনিবাৰে কেইবাটাও সমবায়ত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা (অন্ন) শুভ উদ্বোধন কৰিলে আঙুৰলতাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0