52
গুৱাহাটীঃ ৰাজ্যত নিষিদ্ধ হ’ল লালিগুৰ। সকলো জিলাৰ উপায়ুক্তক লালিগুৰ নিষিদ্ধ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
অবৈধ সুৰা সেৱনৰ ক্ষতিকাৰক দিশসমূহ ৰাইজক অৱগত কৰোৱাৰ বাবে সচেতনতাৰ কাৰ্যসূচী গ্ৰহণৰো নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।