Home ৰাজ্যপেঙেৰী-বৰডুমচা পথত শোকাৱহ পথ দুৰ্ঘটনা, এজন নিহত

পেঙেৰী-বৰডুমচা পথত শোকাৱহ পথ দুৰ্ঘটনা, এজন নিহত

by News Desk
80 views
A+A-
Reset

লিডুঃ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত পুলিবৰত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। পেঙেৰীৰ দিশৰপৰা গৈ থকা এখন নম্বৰ প্লেটবিহীন ছুপাৰ স্প্লেণ্ডাৰ বাইকে বিপৰীত দিশৰপৰা অহা AS23 BC 9402 নম্বৰৰ এখন এপে বাহনক সন্মুখৰপৰা প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত বাইকত থকা আৰোহী দুজন ছিটিকি পৰে ৰাজপথত।

সংকটজনক অৱস্থাত দুয়োজনকে ডিগবৈ চিভিল হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও এজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ মৃত্যু হোৱা লোকজনৰ নাম মন নেওগ বুলি জানিব পৰা গৈছে৷  আনহাতে নৰেণ বৰা নামৰ আনজন লোক অতি সংকটজন অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0