57
মৰিগাঁওঃ মৰিগাঁৱত সাংবাদিকসহ চাৰিজন ব্লেকমেইলাৰক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। ব্লেকমেইলাৰ কেইজন হৈছে ক্ৰমে কল্লোল শইকীয়া নগাওঁ মৰিকলং, হীতেশ মজুমদাৰ গুৱাহাটী জাপৰিগোগ, জ্যোতি নাথ আৰু গৌতম দাস, ৰুক্মিণী গাঁও, গুৱাহাটী।
ইয়াৰ অন্যতম এজন কল্লোল শইকীয়া News 7 নামৰ পৰ্টেলৰ সাংবাদিক আৰু আনকেইজন হৈছে অসম জাতীয়তাবাদী উন্নয়ন পৰিষদ নামৰ সংগঠনটোৰ নেতা।