Home ৰাজ্যমহা-শিৱৰাত্ৰিৰ পাছতো ন’নৈৰ গুফা মন্দিৰত অব্যাহত ভক্তৰ ভিৰ

মহা-শিৱৰাত্ৰিৰ পাছতো ন’নৈৰ গুফা মন্দিৰত অব্যাহত ভক্তৰ ভিৰ

by News Desk
A+A-
Reset
gopha

চামগুৰিঃ মহা-শিৱৰাত্ৰি পাৰহৈ যোৱা আজি তৃতীয়টো দিন। কিন্তু আজিও ভক্তৰ ভিৰ কমা নাই চামগুৰিৰ ন’নৈ চাহ বাগিচাৰ সমীপৰ পাহাৰৰ ওপৰত থকা এটা বিশেষ মন্দিৰত। বাগিচাখনৰপৰা প্ৰায় আঢ়ৈশ ফুট উচ্চতাত পাহাৰৰ ওপৰত স্থিতি মন্দিৰ ভাগৰ নাম হৈছে গুহা মন্দিৰ অথবা গুফা মন্দিৰ বুলিও সকলোতে খ্যাত। 

লোককথা মতে বহু বছৰৰ পূৰ্বে এজন গৰখীয়াই প্ৰথমবাৰ পাহাৰৰ ওপৰত অসংখ্য বৃহৎকায় শিলৰ মাজত এটি গুহা আৰু গুহাৰ ভিতৰত এটি শিৱলিংগ প্ৰত্যক্ষ কৰিছিল। সেই দিন ধৰি প্ৰতি সোমবাৰে আৰু মহা শিৱৰাত্ৰিৰপৰা প্ৰায় তিনি-চাৰি দিনলৈকে শিৱ-বাবাক পূজা-অৰ্চনা কৰিবলৈ হাতে-হাতে ধূপ-দীপ ফলমূল আৰ্ঘ্য লৈ ভক্ত তথা দৰ্শনাৰ্থীৰ আগমন ঘটি আহিছে এই মন্দিৰ ভাগলৈ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0