Home ৰাজ্যবিনা বেতনেৰে গহপুৰত শিক্ষকৰ কৰুণ মৃত্যু

বিনা বেতনেৰে গহপুৰত শিক্ষকৰ কৰুণ মৃত্যু

by News Desk
A+A-
Reset
hun

বিহালীঃ ২৭ বছৰ বিনা বেতনেৰে শিক্ষকতা কৰি অহা গহপুৰ মহকুমাৰ এগৰাকী দুৰ্ভগীয়া শিক্ষকৰ ৫ মাৰ্চৰ দুপৰীয়া আকস্মিকভাৱে হোৱা মৃত্যুৱে মৰ্মাহত কৰি তুলিছে শিক্ষকসমাজক।

কেশৱ কটকী (৫০) নামৰ এইগৰাকী শিক্ষকে মহকুমাটোৰ ব্ৰহ্মাজান চাহ-বাগিচা এম ই স্কুলৰ প্ৰধান শিক্ষক হিচাপে ১৯৯২ চনতে যোগদান কৰিছিল। শিক্ষকতাৰ দৰে মহান কৰ্মত জড়িত হৈ বিনা বেতনেৰে শিক্ষকতা কৰি অহা কেশৱ কটকীয়ে ৫ মাৰ্চৰ পুৱা বিদ্যালয়ৰপৰা তেজপুৰত অনুষ্ঠিত শোণিতপুৰ জিলা শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ এখন সভাত অংশগ্ৰহণ কৰিবলৈ ঘৰলৈ আহিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0