85
লখিমপুৰঃ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো বৃহস্পতিবাৰে ৰাজপথত নামিল টে’ট উত্তীৰ্ণ শিক্ষক-শিক্ষয়ত্ৰীসকল। চাকৰী নিয়মীয়াকৰণ, নিয়মীয়া দৰমহাৰ ব্যৱস্থা তথা অন্যান্য আনুষংগিক সমস্যাৰ দাবীৰে বৃহস্পতিবাৰে লক্ষীমপুৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে টে’ট শিক্ষক-শিক্ষয়ত্ৰীসকলে।
