63
জয়ন্ত মুদৈ,নগাঁওঃ আজি আন্তৰ্জাতিক নাৰী দিৱস৷ পূৰ্বৰ বছৰবোৰৰ দৰে এই দিনটোত নাৰীৰ অধিকাৰ তথা নাৰী নিৰ্যাতন, যৌতুক প্ৰথা, উৎপীড়ন, ধৰ্ষণ আদি অমানৱীয় ঘটনাৰাজি ৰোধৰ প্ৰতিবাদত সমগ্ৰ বিশ্বৰ মহিলাসকল একত্ৰিত হোৱাৰ বিপৰীতে পুনৰবাৰ নাৰী সমাজৰ অধিকাৰ সুৰক্ষিত কৰাৰ অৰ্থে চৰকাৰীভাৱে নানা ধৰণৰ আইনী প্ৰক্ৰিয়া বাস্তবায়িত কৰাৰ কথা ঘোষিত হ’ব৷
