86
মৰিয়নীঃ শেহতিয়াকৈ সোণোৱাল চৰকাৰে অসমত লালি গুৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পাছত অসমৰ প্ৰতিখন জিলাৰ উপায়ুক্তৰ নেতৃত্বত লালি গুৰৰ ব্যৱসায় বন্ধ কৰি দিছে৷
কিন্তু তেনে সময়তে মৰিয়নীৰ বহু চাহ বাগিচাৰ উপৰিও গ্ৰামাঞ্চলত মুকলিভাৱে চলি আছে চুলাই মদৰ ঘাটি৷ একাংশ বনিয়াই আৰক্ষী আৰু আবকাৰী বিষয়াৰ মিতিৰালিৰ অভিযোগ কৰিছে সদৌ অসম যুৱ পৰিষদৰ মৰিয়নী আঞ্চলিক সমিতিয়ে৷