60
গুৱাহাটীঃ সমগ্র বিশ্বৰ লগতে অস্মিতা ফাউণ্ডেশনেও পালন কৰিলে আন্তর্জাতিক নাৰী দিৱস। শুকুৰবাৰে মহানগৰৰ নিবেদিতা ডান্স মিউজিক ও আর্ট স্কুলৰ (লাল গনেশ) উদ্যোগত আন্তর্জাতিক নাৰী দিৱস পালন কৰা হয়৷
এই উপলক্ষে বিগত এক মাহে ধৰি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্রী তথা মহিলাসকলৰ মাজত চিত্রাংকন প্রতিযোগিতা, লোক নৃত্য, আধুনিক নৃত্য, প’ষ্টাৰ তৈয়াৰ আদি বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল।