61
চামগুৰিঃ চামগুৰিৰ ব্ৰহ্মচাৰিৰ আমনি তিনিআলিত দিনদুপৰতে সংঘটিত এক চুৰি কাণ্ডই চাঞ্চ্যলৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।
চোৰৰ এটা দলে সন্তৰ্পণে এঘৰত প্ৰৱেশ কৰি দুটাকৈ আলমিৰাৰ লগতে কেইবাটাও ড্ৰয়াৰ ভাঙি লুটি নিলে সাঁচি ৰখা প্ৰায় ডেৰ লক্ষাধিক টকা আৰু বহু কেইপদ সোণৰ আ-অলংকাৰ সহ আন-আন বহু সংখ্যক মূল্যৱান সামগ্ৰী।