66
গুৱাহাটীঃ প্ৰতি বছৰৰ দৰে এইবাৰো ষষ্ঠ বাৰৰ বাবে নৰ্থ গুৱাহাটীৰ জাৰ্ণেলিষ্ট ফৰামে প্ৰদান কৰে ২০১৯ বর্ষৰ চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ আৰু নাট্যকর্মী জগত চন্দ্ৰ গগৈ সোঁৱৰণী সাংবাদিকতা বঁটা।
গুৱাহাটীৰ প্ৰেছ ক্লাবে আয়োজন কৰা উক্ত বঁটা প্ৰদান অনুষ্ঠানত ২০১৯ বর্ষৰ বাবে চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰে জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক দ্বীপজ্যোতি গোস্বামীয়ে।