Home ৰাজ্যওদালগুৰিৰ পথ দুৰ্ঘটনাত এজন নিহত

ওদালগুৰিৰ পথ দুৰ্ঘটনাত এজন নিহত

by News Desk
A+A-
Reset
Accident-2

ওদালগুৰিঃ ওদালগুৰিৰ মনপুৰত বুধবাৰে দুপৰীয়া সংঘটিত এক মটৰ দুৰ্ঘটনাত ৰাহুল থাপা নামৰ এজন যুৱক নিহত হয়। আৰক্ষী সুত্ৰে জানিব পৰা মতে ওদালগুৰি চহৰৰপৰা বিভিন্ন গ্ৰামাঞ্চললৈ চলাচল কৰা যাত্ৰীবাহী এখন ট্ৰেকাৰ কালি দুপৰীয়া খাউৰাং অভিমুখী গৈ থকা অৱস্থাত মনপুৰত এখন মটৰ চাইকেলৰ সৈতে হোৱা মুখামুখিত এনে দুৰ্ঘটনা সংঘটিত হয়৷

ফলত মটৰ চাইকেল আৰোহী ৰাহুল থাপা নামৰ যুৱক জন গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক ততাতয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও আধাবাটতে প্ৰাণ হেৰুৱাই যুৱকজনে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0