Home ৰাজনীতিনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দল বাগৰা ৰাজনীতি আৰম্ভ

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দল বাগৰা ৰাজনীতি আৰম্ভ

by News Desk
A+A-
Reset
c47e1d04-4820-470b-8f71-bba319e18569

মৰিগাঁওঃ প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত একাংশ ৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে প্ৰচলন কৰা দল বাগৰা ৰাজনীতিৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ আন একাংশ ৰাজনৈতিক নেতা কৰ্মীয়ে আৰম্ভ কৰিছে দল বাগৰা ৰাজনীতি। 

এইবাৰ আৰম্ভ হৈছে তিৱা ৰাজনীতিত। মৰিগাঁও কংগ্ৰেছ দলৰ কায্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এখন সভাত তিৱা জাতীয় ঐক্য মঞ্চৰ কেন্দ্ৰীয় সভাপতি অনিল ফামজঙে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰা ঘটনাই তিৱা ৰাজনীতিত জোকাৰণি সৃষ্টি কৰিছে। বৰ্তমানেও তিৱা জাতীয় ঐক্য মঞ্চৰ সভাপতিৰ দায়িত্ব বহন কৰি থকা তিৱা জাতীয় ঐক্য মঞ্চৰ সভাপতি অনিল ফামজঙে আজি মৰিগাঁও জিলা কংগ্ৰেছ কমিতিৰ নেত্ৰী তথা প্ৰাক্তন বিধায়ক জোনজোনালী বৰুৱাৰ লগতে বহু কেইজন জিলা পৰ্যায়ৰ নেতা কৰ্মীৰ উপস্থিতিত জিলা কংগ্ৰেছৰ কাৰ্যালয় ক্ষীৰুদ ভৱনত যোগদান কৰে তিৱা নেতাজনে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0