45
লালুকঃ লালুকৰ সমীপৰ দৌলতপুৰ মাদ্ৰাছা উঃ মাঃ বিদ্যালয়ৰ খেলপথাৰত যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তই ট্ৰেক্টৰেৰে খান্দি বিস্তৰ ক্ষতি সাধন কৰে৷
লখিমপুৰৰ নাওবৈচাৰ সংখ্যালঘু বসতিপ্ৰধান এলেকা দৌলতপুৰত৷ ১৭ মাৰ্চৰপৰা তিনি দিনীয়াকৈ লখিমপুৰৰ দৌলতপুৰ খেলপথাৰত অনুষ্ঠিত হোৱাৰ কথা আছিল এখন দিবা-নৈশ ক্ৰিকেট টুৰ্নামেন্ট৷